চিকানপাড়াত-বেজৰ-বেজালি-বিশ্বাস-আৰু-উদ্বিগ্নতা

Palghar, Maharashtra

Feb 24, 2020

চিকানপাড়াত বেজৰ বেজালি, বিশ্বাস আৰু উদ্বিগ্নতা

মহাৰাষ্ট্ৰৰ মোখাড়া তালুকৰ আদিবাসী সম্প্ৰদায়ৰ লোকসকলে বিভিন্ন ৰোগ নিৰাময়ৰ বাবে দীৰ্ঘদিন বিশ্বাস কৰি অহা স্থানীয় নিৰাময় ব্যৱস্থাৰ ওপৰত প্ৰায়ে নিৰ্ভৰশীল হ’বলগীয়া হয়। নিৰ্ভৰযোগ্য জনস্বাস্থ্য ব্যৱস্থাৰ অভাৱত বনৌষধ আৰু পূজা-পাতালেই শেষ আশ্ৰয় হৈ পৰে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Shraddha Ghatge

শ্ৰদ্ধা ঘাড়গে মুম্বাইৰ এগৰাকী মুক্ত সাংবাদিক আৰু গৱেষক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।