বিমুদ্ৰাকৰণৰ-পাখাখেলত-বিলাহীৰ-বিপৰ্যয়

Nagpur, Maharashtra

Jan 03, 2018

বিমুদ্ৰাকৰণৰ পাখাখেলত বিলাহীৰ বিপৰ্যয়

এইবাৰৰ শীত কালত বিদর্ভৰ শাক-পাচলিৰ খেতিয়কে বিলাহীৰ ব্যাপক উত্পাদন দেখি প্ৰচুৰ আশাবাদী হৈ উঠিছিল| কিন্তু ৮ নৱেম্বৰৰ পিছত পুৰণি মুদ্রাৰ প্ৰচলন নিষিদ্ধকৰণে বজাৰক মৰিশালিলৈ পৰিণত কৰাত তেওঁলোকৰ আশাত চেঁচা পানী পৰিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ নাগপুৰস্থিত এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু পাৰিৰ ৰোভিং ৰিপ’ৰ্টাৰ। ৰামৰাও: দা ষ্ট’ৰি অৱ ইণ্ডিয়াচ ফাৰ্ম ক্ৰাইচিচ শীৰ্ষক গ্ৰন্থৰ ৰচক জয়দীপ এগৰাকী গ্ৰন্থকাৰো। ২০২৫ বৰ্ষত “অৰ্থপূৰ্ণ, দায়বদ্ধ আৰু প্ৰভাৱশীল সাংবাদিকতাৰ ক্ষেত্রত তেওঁৰ অনবদ্য অৰিহণা” লগতে “সামাজিক সজাগতা, অনুকম্পা আৰু পৰিৱৰ্তন”ৰ বাবে অনুপ্ৰেৰণামূলক কৰ্মৰ বাবে তেওঁক উদ্বোধনীমূলক ৰামোজী এক্সেলেন্স এৱাৰ্ডচ, ২০২৫ত শ্ৰেষ্ঠ সাংবাদিকতাৰ বটা প্ৰদান কৰা হয়।

Translator

Rashmi Rekha Das

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে