মই-যি-হব-বিচাৰিছো-সেয়াই-হম

Buldana, Maharashtra

Feb 13, 2023

মই যি হ’ব বিচাৰিছো, সেয়াই হ’ম

নাথজোগী যাযাবৰী সম্প্ৰদায়টোৰ কোনো ছোৱালীয়েই আজিলৈকে মেট্ৰিকৰ দেওনা পাৰ হোৱা নাই। মহাৰাষ্ট্ৰৰ বুলদানা জিলাৰ এটা অঞ্চলৰ যমুনা সোলাংকেয়ে অতি দৃঢ়তাৰে সেই প্ৰাচীৰ ভাঙি আগবাঢ়িছে, এইটো তাইৰ কাহিনী

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Jamuna Solanke

যমুনা সোলাংকে দা নিউ এৰা হাইস্কুল, জলগাওঁ জামোদ টেহচিল, মহাৰাষ্ট্ৰৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰী। তেওঁ বুলদানা জিলাৰ নৱ খ গাঁৱত বাস কৰে।

Translator

Rimjhim Borthakur

ৰিমঝিম বৰঠাকুৰ এগৰাকী মুক্ত লিখক, ব্লগাৰ আৰু অনুবাদক। তেওঁ ইমেইল আইডিঃ rimjhimborthakur@gmail.com