অস্তিত্বৰ-সংকটত-মা-বনবিবিৰ-পালাগান

South 24 Parganas, West Bengal

Mar 30, 2023

অস্তিত্বৰ সংকটত মা বনবিবিৰ পালাগান

সুন্দৰবনৰ স্থানীয় লোকৰ মাজত প্ৰচলিত বিভিন্ন নাট-গানৰ ভিতৰত বনবিবিৰ পালাগানো অন্যতম। বদ্বীপটোৰ বাসিন্দাসকলে উপাৰ্জনৰ বাট মোকলাব নোৱাৰি বাহিৰলৈ ধাৱমান হোৱাৰ ফলত এই লোকশিল্পবিধ প্ৰদৰ্শন কৰা শিল্পী তাকৰীয়া হৈ পৰিছে, ফলত শিল্পবিধ লুপ্ত হোৱাৰ দিশে গতি কৰিছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Ritayan Mukherjee

ৰীতায়ান মুখাৰ্জী কলকাতাৰ এগৰাকী ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী ব্যক্তি তথা ২-১৬ বৰ্ষৰ পাৰি ফেলো। তেঁও তিব্বতীয়ান মালভূমিৰ যাযাবৰ যাজক সম্প্ৰদায়ৰ জীৱনসংক্ৰান্ত তথ্য নথিভুক্ত কৰা দীৰ্ঘম্যাদী প্ৰকল্প এটাত নিয়োজিত।

Editor

Dipanjali Singh

দীপাঞ্জলী সিং পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ পাৰি লাইব্ৰেৰীৰ গৱেষক আৰু ডকুমেণ্ট কিউৰেটৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।