আমাৰ-স্বাধীনতাৰ-বাবে-ভগত-সিং-ঝুগ্গিয়াৰ-সংগ্ৰাম

Hoshiarpur, Punjab

Aug 15, 2021

আমাৰ স্বাধীনতাৰ বাবে ভগত সিং ঝুগ্গিয়াৰ সংগ্ৰাম

ভাৰতৰ অন্তিমকেইজন জীৱিত মুক্তিযুঁজাৰুৰ মাজৰ এজন, পাঞ্জাৱৰ হোশিয়াৰপুৰ জিলাৰ ভগত সিং ঝুগ্গিয়াই ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিছিল। এতিয়া ৯৩ বছৰ বয়সতো তেওঁ কৃষক আৰু শ্ৰমিকৰ হকে যুঁজিবলৈ এৰা নাই

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।