কভিড-১৯-কৰ্কটৰোগত-আক্ৰান্ত-তাতে-আকৌ-আশ্ৰয়হীন

Mumbai, Maharashtra

Dec 09, 2020

ক’ভিড-১৯, কৰ্কটৰোগত আক্ৰান্ত, তাতে আকৌ আশ্ৰয়হীন

গীতাৰ কৰ্কটৰোগ চিকিৎসাৰ বাবে মহাৰাষ্ট্ৰৰ কোলহাপুৰ জিলাৰ পৰা সতেন্দৰ সিঙে গীতাক লৈ মুম্বাইলৈ আহিছিল। টাটা মেম’ৰিয়েল হাস্পাতালৰ ওচৰত পদপথত থকা দুয়ো ক’ভিড-১৯ত আক্ৰান্ত বুলি পৰীক্ষা কৰোতে ধৰা পৰিছে

Author

Aayna

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Translator

Pankaj Das

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Author

Aayna

আয়না এগৰাকী ভিজুৱেল ষ্টৰিটেলাৰ আৰু পাৰিৰ আলোকচিত্ৰশিল্পী।