কোচিত-পানীত-নিমজ্জিত-কৃত্ৰিম-নলাৰ-পাৰৰ-বাসিন্দা

Ernakulam, Kerala

Aug 10, 2022

কোচিত পানীত নিমজ্জিত কৃত্ৰিম নলাৰ পাৰৰ বাসিন্দা

এসময়ত অভ্যন্তৰীণ জলপথ ৰূপে ব্যৱহৃত কোচিৰ তেৱাৰা পেৰান্দুৰ নলাটো এতিয়া আৱৰ্জনাৰে উপচি পৰিছে। বাৰিষা কালত সঘনে বানপানী হয়, ইয়াৰ পাৰত বাস কৰা দিনমজুৰি কৰা শ্ৰমিক আৰু আন লোকসকলে বছৰৰ পিছত বছৰ ধৰি জলমগ্ন ঠাইত বাস কৰিছে, তেওঁলোক অতবছৰ পুনৰ্সংস্থাপনৰ আশাত ৰৈ আছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Adarsh B. Pradeep

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।