গঞাৰ-জীৱন-ৰেখা-পুণেৰ-এছ-টি-বাছ

Pune, Maharashtra

Jan 04, 2022

গঞাৰ জীৱন ৰেখা পুণেৰ এছ টি বাছ

উন্নত আৰু নিয়মীয়া দৰমহাৰ দাবীত ২৭ অক্টোবৰৰ পৰা ৰাজ্যিক পৰিবহন কৰ্মচাৰীৰ ধৰ্মঘটে মহাৰাষ্ট্ৰত বাছবোৰ স্থবিৰ কৰি পেলাইছে। উদং বাছ আস্থান, যাতায়াতৰ সীমিত বিকল্পই গাঁৱৰ পৰা অহা-যোৱা কৰাসকলক বিপাঙত পেলাইছে

Translator

Angarag Bhuyan

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Medha Kale

পুণেৰ মেধা কালেয়ে মহিলা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰিছে। তেওঁ পাৰিৰ অনুবাদো কৰে।

Translator

Angarag Bhuyan

অংগৰাগ ভূঞা এগৰাকী ৰাজ্যিক বঁটাপ্ৰাপ্ত শিক্ষক আৰু কবি। তেওঁ অসমীয়া ভাষাত দুখনকৈ কিতাপ লিখি উলিয়াইছে। তেওঁ আগতে ৰেডিঅ’ জকী আৰু মুক্ত সাংবাদিক হিচাপে কাম কৰি আহিছে।