নাৰিকল-গছ-বগোৱা-হুমায়ুন

Thrissur, Kerala

Apr 22, 2023

নাৰিকল গছ বগোৱা হুমায়ুন

ইডালৰ পিছত সিডাল নাৰিকল গছ বগাই নাৰিকল পৰা কামটো অতিকৈ কষ্টসাধ্য আৰু বিপজ্জনক যদিও কোনোবাই হ’লেও সেই কাম কৰিবই লাগিব। কেৰালাত গছ বগোৱা এবিধ বিশেষ সঁজুলিৰ সহায়ত হুমায়ুনে সেই কাম কৰি পাঁচজনীয়া পৰিয়ালৰ পেট পুহিছে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্য্যবাহী সম্পাদক। তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকা সম্পৰ্কে লিখে। প্ৰীতিয়ে পাৰিৰ শিক্ষা শাখাৰো নেতৃত্ব দিয়ে আৰু গ্ৰামীণ সমস্যাবোৰ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমৰ আওতালৈ আনিবলৈ তেওঁ বিদ্যালয় আৰু মহাবদ্যালয়সমূহৰ স’তে কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।