নিৰাপত্তাৰ-নিশ্চয়তা-নোহোৱা-হৈছে-কুৰুবা-ভেড়াপালকৰ

Belgaum, Karnataka

Nov 23, 2020

নিৰাপত্তাৰ নিশ্চয়তা নোহোৱা হৈছে কুৰুবা ভেড়াপালকৰ

বিশেষ প্ৰজাতিৰ দাক্ষিণাত্যৰ ভেড়াবিলাকক চৰাবলৈ কেইবামাহৰ বাবে কৰ্ণাটকৰ পশুপালক কুৰুবাসকলে ঘৰৰ পৰা ওলাই যায়। তেওঁলোকৰ ভেড়াবিলাকৰ গোবৰ সাৰ আৰু ঊলৰ চাহিদা হ্ৰাস পোৱাৰ বাবে এতিয়া বহুতে উপাৰ্জনৰ বিকল্প পথৰ সন্ধান কৰিছে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Prabir Mitra

প্ৰবীৰ মিত্ৰ ইউনাইটেড কিংডমৰ লণ্ডৰ দ্যা ৰয়েল কলেজ অৱ ফিজিচিয়ানচ্-ৰ চিকিৎসক আৰু ফেল’। গ্ৰাম্য ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি আগ্ৰহী মিত্ৰ ৰয়েল ফটোগ্ৰাফিক ছ’চাইটিৰ এজন সহযোগী আৰু তথ্যচিত্ৰৰ ফটোগ্ৰাফাৰ।

Translator

Pankaj Das

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি pankajdas400@gmail.com