পুলৱামাৰ-কুংকুমৰ-খেতিত-কলীয়া-ডাঁৱৰ

Pulwama, Jammu and Kashmir

Jan 30, 2020

পুলৱামাৰ কুংকুমৰ খেতিত ক’লীয়া ডাঁৱৰ

কাশ্মীৰৰ কুংকুমৰ খেতিয়কসকল সেমেকা বতৰৰ মুখামুখি হৈছে। এইবাৰ আগতীয়াকৈ তুষাৰপাত হৈছে। সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত বিভিন্ন ধৰণৰ বাধানিষেধ আৰোপ কৰাৰ এক স্তব্ধ অৱস্থাত আৰু বিগত কেইবাবছৰ ধৰি ব্যৱসায়ত দেখা দিয়া মন্দাৱস্থাৰ মাজতে শ্ৰমিকৰ নাটনিয়ে পৰিস্থিতি অধিক শোচনীয় কৰি তুলিছে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Muzamil Bhat

মুজামিল ভাট শ্ৰীনগৰৰ এগৰাকী মুক্ত ফটো-সাংবাদিক আৰি চলচ্চিত্ৰ নিৰ্মাতা, ২০২২ৰ তেওঁ পাৰি ফেল’ আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।