বেল্টাংগাড়িৰ-গৰুৰ-ডিঙিত-হুক্ৰাপ্পাৰ-টিলিঙা

Dakshina Kannada district, Karnataka

May 27, 2022

বেল্টাংগাড়িৰ গৰুৰ ডিঙিত হুক্ৰাপ্পাৰ টিলিঙা

শিবাজে গাঁৱত বাঁহেৰে গৰুৰ টিলিঙা বনোৱা কেইজনমান শিল্পীহে ৰৈছে, কৰ্ণাটকৰ দক্ষিণা কান্নাড়া জিলাৰ এইগৰাকী শিল্পীয়ে ভিডিঅ’ এটিৰ যোগেদি এইবিধ কলাৰ বিষয়ে কৈছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Reporter

Vittala Malekudiya

ভিট্টালা মালেকুড়িয়া এগৰাকী সাংবাদিক আৰু ২০১৭ৰ পাৰি ফেল’। দক্ষিণা কান্নাড়া জিলাৰ বেল্টাংগাড়ি তালুকৰ কুন্দ্ৰেমুখ ৰাষ্ট্ৰীয় উদ্যানৰ কুট্টুলুৰু গাঁৱৰ বাসিন্দা ভিট্টালা বনাঞ্চলৰ অধিবাসী মালেকুড়িয়া সম্প্ৰদায়ৰ। মাংগালুৰু ইউনিভাৰ্ছিটিৰ পৰা তেওঁ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ভিট্টালাই সম্প্ৰতি কান্নাড়া দৈনিক ‘প্ৰজাবাণী’ৰ বেংগালুৰু অফিছত কাম কৰে।

Editor

Vinutha Mallya

বিনুথা মাল্যা পাৰিৰ এজন উপদেষ্টা সম্পাদক। তেওঁ ২০২২ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ পাৰিৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।