মাছৰ-বাকলি-ফিছা-বিক্ৰীৰে-পেট-পোহা-পুলিৰ-জীৱন

Cuddalore, Tamil Nadu

Mar 06, 2022

মাছৰ বাকলি-ফিছা বিক্ৰীৰে পেট পোহা পুলিৰ জীৱন

তামিলনাডুৰ কড্ডলুৰ বন্দৰত ৭৫ বছৰীয়া কে বানুমতি বা ‘পুলি’য়ে মাছৰ অৱশেষ বেচি জীৱিকা নিৰ্বাহ কৰে। তাই আৰু অন্য মহিলাই দশক দশক ধৰি ইয়াতে পৰিশ্ৰম কৰি আহিছে যদিও শ্ৰমিক বুলি তেওঁলোকক স্বীকৃতি খুব কমেইহে দিয়া হয়

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Text

Nitya Rao

নিত্যা ৰাও গ্ৰেট বৃটেইনৰ নৰৱিচৰ ইউনিভাৰ্চিটি অৱ ইষ্ট এংলিয়াৰ লিংগ আৰু বিকাশ বিভাগৰ এগৰাকী প্ৰাধ্যাপিকা। মহিলাৰ অধিকাৰ, নিয়োগ আৰু শিক্ষাৰ ক্ষেত্ৰখনত এগৰাকী গৱেষক, শিক্ষক আৰু অধিবক্তা হিচাপে প্ৰায় তিনিটা দশক তেওঁ কাম কৰিছে।

Photographs

Alessandra Silver

এলেছেন্দ্ৰা চিলভাৰ পুডুচেৰীৰ ঔৰোভিলেৰ এগৰাকী ইটালিয়ান মূলৰ চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ আফ্ৰিকা মহাদেশত চলচ্চিত্ৰ নিৰ্মাণ আৰু ফটো-ৰিপ’ৰ্টিঙৰ কাৰণে বিভিন্ন বঁটা লাভ কৰিছে।

Translator

Chitrani Sonowal

মেঘালয়ৰ শ্বিলংস্থিত নৰ্থ-ইষ্টাৰ্ণ হিল ইউনিভাৰ্ছিটিৰ পৰা লোকসংস্কৃতিৰ ডক্টৰেট ডিগ্ৰীধাৰী চিত্ৰানী সোনোৱাল এগৰাকী স্বতন্ত্ৰ গৱেষক৷ তেওঁক এইটো ঠিকনাত ইমেইল কৰিব পাৰিবঃ s.moon0603@gmail.com