মাদুৰাইত-ইশ্বৰৰ-বস্ত্ৰ-নিৰ্মাতাসকল

Madurai, Tamil Nadu

May 31, 2019

মাদুৰাইত ইশ্বৰৰ বস্ত্ৰ নিৰ্মাতাসকল

মাদুৰাইৰ ঐতিহাসিক অজগৰ উৎসৱৰ আজি অন্তিমটো দিনা অৰ্থাত আজি ২২ এপ্ৰিলৰ দিনা এক বিশাল শোভাযাত্ৰা ওলায়, ধৰ্মপ্ৰাণ ভক্তই আজি ৰঙীন বেশ পৰিধান কৰিব। ৰঙীন বস্ত্ৰতকৈ এই ৰং-বিৰঙী বস্ত্ৰৰ নিৰ্মাতা কোন সেই কথা জানি আমোদ পাব

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Kavitha Muralidharan

কবিতা মুৰুলিধৰণ চেন্নাইৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক। তেওঁ আগেয়ে ‘ইণ্ডিয়া টুডে’(তামিল)ৰ সম্পাদক আছিল। তাৰ আগেয়ে তেওঁ ‘দ্যা হিন্দু’(তামিল)ৰ প্ৰতিবেদন শাখাৰ মুৰব্বী আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।