মুম্বাইত-টেক্সিৰ-নিলাম-চালকৰ-বিলাপ

Mumbai, Maharashtra

Oct 30, 2021

মুম্বাইত টেক্সিৰ নিলাম, চালকৰ বিলাপ

মুম্বাই বিমান বন্দৰ প্ৰাধিকৰণে যোৱা জুন মাহত লকডাউনৰ বাবে নচলোৱাকৈ থৈ দিয়া ৪০ খনৰো অধিক টেক্সি নিলাম কৰি দিয়ে। বহুতো টেক্সিচালক নিজৰ গাঁৱত আছিল আৰু এই ঘটনাত তেওঁলোক মানসিকভাৱে বিধ্বস্ত হৈ পৰে

Author

Aayna

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Aayna

আয়না এগৰাকী ভিজুৱেল ষ্টৰিটেলাৰ আৰু পাৰিৰ আলোকচিত্ৰশিল্পী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।