ৱানবিলঃ-তলাবন্ধৰ-ধুমুহা-বৰষুণৰ-মাজত-আশাৰ-ৰামধেনু

Nagapattinam, Tamil Nadu

Jun 29, 2020

ৱানবিলঃ তলাবন্ধৰ ধুমুহা-বৰষুণৰ মাজত আশাৰ ৰামধেনু

তামিলনাডুৰ নাগাপাট্টিনামৰ এখন সৰু স্কুল আদিবাসী বস্তিবোৰৰ ১০০০ ৰো অধিক শিশুৰ পুষ্টিৰ কেন্দ্ৰ হৈ পৰিছে। এই প্ৰচেষ্টা কেৱল ছাত্ৰ-ছাত্ৰীৰ মাজতেই সীমাবদ্ধ হৈ ৰোৱা নাই

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Kavitha Muralidharan

কবিতা মুৰুলিধৰণ চেন্নাইৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক। তেওঁ আগেয়ে ‘ইণ্ডিয়া টুডে’(তামিল)ৰ সম্পাদক আছিল। তাৰ আগেয়ে তেওঁ ‘দ্যা হিন্দু’(তামিল)ৰ প্ৰতিবেদন শাখাৰ মুৰব্বী আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।