and-then-i-begin-my-naam-[song]-as

Jorhat, Assam

Mar 14, 2024

‘প্ৰথমে বিহু নাম গাও’

অসমৰ যোৰহাট জিলাত চুতীয়া জনগোষ্ঠীৰ লোকসকলে বহু প্ৰজন্ম ধৰি পৰম্পৰাগতভাবে বিহু গীত গাই আহিছে। প্ৰেম-ভালপোৱা, নতুন শইচৰ হৰ্ষোল্লাস আৰু প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ কথাৰে ঢোলৰ চাপৰ আৰু তালে তালে গীতবোৰে যেন প্ৰাণ পাই উঠে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Himanshu Chutia Saikia

সম্প্ৰতি মুম্বাইত থকা হিমাংশু চুতীয়া শইকীয়া অসমৰ এগৰাকী স্বতন্ত্ৰ তথ্যচিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ সম্পাদক তথা সংগীতশিল্পী। তেওঁ ২০২১ৰ এগৰাকী পাৰি ফেল’।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।