in-2023-paribhasha-builds-a-peoples-archive-in-peoples-languages-as

Dec 27, 2023

২০২৩ : পাৰিভাষা - সৰ্বসাধাৰণৰ ভাষাৰে সৰ্বসাধাৰণজনৰ আৰ্কাইভ

পাৰিয়ে ১৪ টা ভাষাত প্ৰতিবেদনসমূহ প্ৰকাশ কৰাটোৱে দৰ্শায় কেনেকৈ পাৰি সাংবাদিকতাৰ বহুভাষিক এক অনন্য মঞ্চ। কিন্তু সেয়া পাৰিৰ কাহিনীৰ এটা অংশহে… পাৰিভাষা (PARIBhasha)ৰ যোগেদি আৰু অধিক বহুভাষিক প্ৰচেষ্টাৰ বিষয়ে জানো আহক

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Author

PARIBhasha Team

পাৰিভাষা আমাৰ অনন্য এক ভাষিক কাৰ্য্যসূচী যিয়ে পাৰিৰ ষ্ট’ৰি ৰিপ’ৰ্টিং আৰু ষ্ট’ৰিবোৰ বিভিন্ন ভাৰতীয় ভাষালৈ অনুবাদত সহায় কৰে। পাৰিৰ প্ৰতিটো ষ্ট’ৰিৰ প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি প্ৰকাশ কৰা আৰু পাঠকৰ ওচৰলৈ লৈ যোৱাত অনুবাদকসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ। আমাৰ সম্পাদকীয় বৰ্গ, অনুবাদক আৰু স্বেচ্ছাসেৱকে দেশখনৰ বৈচিত্ৰময় ভাষিক আৰু সাংস্কৃতিক জগতখনক প্ৰতিনিধিত্ব কৰে আৰু যি ঠাইৰ পৰা ষ্ট’ৰি এটা যুগুতোৱা হয়, সেই ঠাইৰ মানুহে ষ্ট’ৰিটো আঁকোৱালি ল’ব পৰাকৈ প্ৰস্তুত কৰি তোলাটো নিশ্চিত কৰে।