is-the-land-really-mine-as

Vikarabad, Telangana

Jul 31, 2023

‘মাটিখিনি সঁচায়ে মই পামনে?’

তেলাংগনাৰ ধৰণী প’ৰ্টেলৰ ক্ৰুটিৰ ফলত উপান্ত আৰু ক্ষুদ্ৰ খেতিয়ক গুৰুত্বপূৰ্ণ ৰাজ্যিক আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Amrutha Kosuru

অম্ৰুতা কছুৰু ২০২২ৰ এগৰাকী পাৰি ফেল’। তেওঁ এছিয়ান কলেজ অৱ জাৰ্নেলিজিমৰ স্নাতক, ঘৰ বিশাখাপট্টনমত।

Editor

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।