mundrika-to-the-rescue-as

West Champaran, Bihar

Jan 04, 2025

উদ্ধাৰ কৰিবলৈ মুন্দ্ৰিকা আছে নহয়

আপুনি যদি বাল্মিকী ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ হিংস্ৰ চিকাৰীৰ সন্মুখত পৰে বা কোনো বন্যপ্ৰাণী উদ্ধাৰ কৰিবলগীয়া হয়, তেন্তে আপুনি মনত পেলাব লাগিব জীপ চালক মুন্দ্ৰিকাক। এসময়ত বনৰক্ষী হিচাপে কাম কৰা মুন্দ্ৰিকাই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলেও গাওঁবাসীযে অভিজ্ঞতাপুষ্ট মুন্দ্ৰিকাৰ ওপৰতে ভৰসা কৰি চলি আহিছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Umesh Kumar Ray

উমেশ কুমাৰ ৰয়তক্ষশীলা-পাৰিৰ ২০২৫ বৰ্ষৰ জ্যেষ্ঠ ফেলো আৰু ২০২২ বৰ্ষৰ প্ৰাক্তন পাৰি ফেলো৷ ফ্ৰীলাঞ্চ সাংবাদিক হিচাপে কৰ্মৰত উমেশ কুমাৰ কয়ে বিহাৰৰ প্ৰান্তীয় সম্প্ৰদায়ৰ প্ৰতিবেদন প্ৰকাশ কৰে৷

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।