asha-ogale-1936-2025-as

Pune, Maharashtra

Sep 30, 2025

অদম্য সাহস-অনুপ্ৰেৰণাৰ স্ৰোত আশা ওগলে: ১৯৩৬ - ২০২৫

পাৰিৰ জাঁতশালৰ গীত প্ৰকল্প (জিএছপি)ৰ বাবে পাৰি পৰিয়াল আশা ওগলেৰ ওচৰত চিৰঋণী, যিগৰাকী অনুবাদ শিল্পীয়ে মহাৰাষ্ট্ৰৰ মহিলাই জাঁতশালত শস্য পিহোতে গোৱা হাজাৰৰো অধিক অ’ভি (যুগ্মক) অনুবাদ কৰিছে। বিশ্ব অনুবাদ দিৱসৰ দিনা আমি এই পৃথিৱীৰ পৰা বিদায় লোৱা আশা ওগলেৰ অনবদ্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছো এক তথ্যচিত্ৰৰ যোগেদি

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Namita Waikar and PARI GSP Team

আশা ওগলে (অনুবাদ); বাৰ্নাদ বেল (ডিজিটাইজেছন, ডেটাবেছ ডিজাইন, উন্নয়ন আৰু চোৱাচিতা); জীতেন্দ্ৰ মইদ (ধ্বনি ভাঙনি, অনুবাদ সহায়ক); নমিতা ৱাইকাৰ (প্ৰকল্প প্ৰমুখ আৰু কিউৰেছন); ৰজনী খালাদকাৰ (ডেটা প্ৰবিষ্টি)।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Video Editor

Sinchita Parbat

সিঞ্চিতা পৰ্বত পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক আৰু এগৰাকী স্বতন্ত্ৰ আলোকচিত্ৰশিল্পী তথা তথ্যচিত্ৰ নিৰ্মাতা। তেওঁৰ পূৰ্বৰ প্ৰতিবেদনসমূহ সিঞ্চিতা মাঝি বুলি পাৰিত প্ৰকাশিত হৈছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।