in-buldhana-faith-in-magic-fear-in-the-mind-as

Buldhana, Maharashtra

Nov 20, 2025

বুলধানাত যাদুকৰী শক্তিত বিশ্বাস আৰু মনত সংশয়

মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলৰ পিম্পলগাঁও চৰাই গাঁৱত মূল বাসিন্দাতকৈ প্ৰব্ৰজিত পৰিয়াল বেছি। তেওঁলোকে মানসিক ৰোগৰ চিকিত্সাৰ বাবে ডাক্তৰৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে এটা দৰগাহলৈ আহিছে, দৰগাহটোৰ আলৌকিক শক্তিত তেওঁলোকৰ অগাধ বিশ্বাস

Photo Editor

Binaifer Bharucha

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।