আমাক-লঘু-কৰা-আইন-জুইত-জাপি-লহৰী-উদযাপন

Sonipat, Haryana

Jun 19, 2021

আমাক লঘু কৰা আইন জুইত জাপি লহৰী উদযাপন

এইবছৰ ১৩ জানুৱাৰীত সিংঘু সীমান্তত সমবেত প্ৰতিবাদী কৃষকসকলে ভাৰত চৰকাৰৰ বিৰ্তকিত তিনিখন আইনৰ প্ৰতিলিপি দাহ কৰি ব্যতিক্রমী ধৰণে পাঞ্জাৱ আৰু উত্তৰ ভাৰতৰ জনপ্ৰিয় লহৰী উৎসৱ উদযাপন কৰে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Anustup Roy

অনুষ্টুপ ৰয় কলকাতাৰ এগৰাকী ছফটৱেৰ অভিযন্তা। ক’ড নিলিখা সময়ত কেমেৰা লগত লৈ তেওঁ ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰে।

Translator

Hirak Jyoti Kalita

গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা ২০১৮ত গণিতৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা হীৰক জ্যোতি কলিতা পৰিৱেশ সংৰক্ষণত আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈচিত্ৰত আগ্ৰহী। তেওঁ গিটাৰ বজাই ভাল পায়।