কাইলৈৰ-দিনটো-আমাৰ-হব

New Delhi, Delhi

Dec 11, 2021

'কাইলৈৰ দিনটো আমাৰ হ’ব'

তেজগৰা শব্দৰে কবিয়ে কৃষকলৈ অভিবাদন জনাইছে, কৃষক যিয়ে এক বৰ্ণাঢ্য আৰু সংহত সংগ্ৰামেৰে ৰাজ্যই তেওঁলোকৰ ওপৰত জাপি দিয়া তিনি অনুচিত আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰাইছিল

Poems and Text

Joshua Bodhinetra

Translator

Pankaj Das

Paintings

Labani Jangi

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Poems and Text

Joshua Bodhinetra

জশুৱা বোধিনেত্ৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া চমুকৈ পাৰিৰ ভাৰতীয়া ভাষা কাৰ্য্যসূচী পাৰিভাষাৰ সমল ব্যৱস্থাপক। কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক সাহিত্যৰ এমফিল ডিগ্ৰীধাৰী জশুৱা এগৰাকী বহুভাষিক কবি, অনুবাদক, কলা সমালোচক আৰু সমাজকৰ্মী।

Paintings

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।