কি-কাম-আছে-এই-ৰেচন-কাৰ্ডৰ

Pune, Maharashtra

Aug 26, 2020

‘কি কাম আছে এই ৰেচন কাৰ্ডৰ?’

ক’ভিড-১৯ তলাবন্ধৰ ফলত যেতিয়া তেওঁলোকৰ এই সামান্য উপাৰ্জনৰ বাট বন্ধ হৈ পৰিল আৰু তেওঁলোকৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ (বি.পি.এল.) ৰেচন কাৰ্ডবোৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা (পি.ডি.এছ.)ৰ দোকানবোৰত নাকচ কৰা হ’ল, পুণেৰ গায়াবাঈ চৱন আৰু আন বহুতৰ বাবে এপ্ৰিল মাহটো অতি নিৰ্মম হৈ পৰিল

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Jitendra Maid

মৌখিক পৰম্পৰাৰ ওপৰত অধ্যয়ন কৰা জীতেন্দ্ৰ মাইদ এগৰাকী মুক্ত সাংবাদিক। তেওঁ বহুবছৰ আগতে পুণেৰ চেণ্টাৰ ফৰ কোপাৰেটিভ ৰিচাৰ্ছ ইন ছচিয়েল চায়েন্সত গায় পইটেভিন আৰু হেমা ৰাইৰকাৰৰ সৈতে গৱেষণা সমন্বয়ক হিচাপে কাম কৰিছিল।

Translator

Pankaj Das

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি pankajdas400@gmail.com