চাৰাৰ-ই-শ্বৰীফ-কাংৰীৰে-উমাল-হওঁক

Badgam, Jammu and Kashmir

Mar 31, 2020

চাৰাৰ-ই-শ্বৰীফ কাংৰীৰে উমাল হওঁক

কাঠ-কয়লাৰ আঙঠাৰে পৰিপূৰ্ণ বাঁহ-বেত বা কাঠেৰে আৱৰণ দিয়া মাটিৰ ‘জুই-পাত্ৰ’ কাংৰীৰ চাহিদা হাড় কঁপোৱা শীতকালত কাশ্মীৰত খুব বেছি হয় আৰু এই ঋতুকালীন ব্যৱসায় হস্তশিল্পী, কৃষক আৰু শ্ৰমিকসকলে বৰ্তাই ৰাখিছে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Muzamil Bhat

মুজামিল ভাট শ্ৰীনগৰৰ এগৰাকী মুক্ত ফটো-সাংবাদিক আৰি চলচ্চিত্ৰ নিৰ্মাতা, ২০২২ৰ তেওঁ পাৰি ফেল’ আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।