ঝাৰখণ্ডৰ-পৰা-লাডাখৰ-সুউচ্চ-পথত

Ladakh, Jammu and Kashmir

Nov 12, 2021

ঝাৰখণ্ডৰ পৰা লাডাখৰ সুউচ্চ পথত

লাডাখত অতিকৈ প্ৰতিকূল পৰিৱেশত সাগৰপৃষ্ঠৰ পৰা ১০,০০০ ফুট উচ্চতাত পথ নিৰ্মাণৰ কাম কৰা ঝাৰখণ্ড আৰু আন ৰাজ্যৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকল ক’ভিড-১৯ৰ দ্বিতীয় ঢৌ শাম কটাৰ পিছত পুনৰাই কামলৈ উভতিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ritayan Mukherjee

ঋতায়ন মুখাৰ্জী কলকাতাৰ এগৰাকী আলোকচিত্ৰ শিল্পী আৰু পাৰিৰ জ্যেষ্ঠ ফেলো৷ তেওঁ ভাৰতৰ পশুপালক তথা যাযাবৰী সম্প্ৰদায়ৰ জীৱন কাহিনী নথিভুক্ত কৰা দীৰ্ঘম্যাদী প্ৰকল্পৰ ওপৰত কাম কৰি আছে৷

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।