প্ৰথমবাৰৰ-বাবে-মই-এনে-বৃহৎ-লোকচানৰ-মুখামুখি-হৈছো

Nashik, Maharashtra

Jan 06, 2020

‘প্ৰথমবাৰৰ বাবে মই এনে বৃহৎ লোকচানৰ মুখামুখি হৈছো’

নাচিক জিলাত অক্টোবৰ মাহৰ ধাৰাসাৰ বৰষুণে ছ'য়াবিন আৰু অইন খাৰিফ শস্যৰ খেতি নষ্ট কৰি পেলালে। খেতিয়কৰ ভৰসা এতিয়া ৰবি শস্যৰ ওপৰতে, ইফালে মহাৰাষ্ট্ৰৰ চলিত ৰাজনৈতিক যুঁজৰ মাজত তেওঁলোকৰ লোকচানৰ বিষয়টো উপেক্ষিত হৈছে বুলি অভিযোগ উঠিছে

Author

Jyoti

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।