মানচিত্ৰৰ-পৰা-অন্তৰ্ধানৰ-দিশে-কাংৰাৰ-চাহবাগিচাবোৰ

Kangra, Himachal Pradesh

Apr 25, 2023

মানচিত্ৰৰ পৰা অন্তৰ্ধানৰ দিশে কাংৰাৰ চাহবাগিচাবোৰ

উত্তৰ ভাৰতত এসময়ত চাহৰ ৰাজধানী খ্যাত হিমাচল প্ৰদেশৰ চাহৰ বাগিচাবোৰত পৰিৱৰ্তিত জলবায়ু আৰু ৰাজ্যৰ ফালৰ পৰা সামান্য সমৰ্থনে শোচনীয় অৱস্থা কৰি তুলিছে

Author

Aakanksha

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Aakanksha

আকাংক্ষা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী প্ৰতিবেদক আৰু আলোকচিত্ৰশিল্পী। পাৰিৰ শিক্ষা গোটটোৰ সৈতে সমল সম্পাদক হিচাপে তেওঁ গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীক চৌপাশৰ বিষয়ে লিখিবলৈ প্ৰশিক্ষণ দিয়ে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্য্যবাহী সম্পাদক। তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকা সম্পৰ্কে লিখে। প্ৰীতিয়ে পাৰিৰ শিক্ষা শাখাৰো নেতৃত্ব দিয়ে আৰু গ্ৰামীণ সমস্যাবোৰ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমৰ আওতালৈ আনিবলৈ তেওঁ বিদ্যালয় আৰু মহাবদ্যালয়সমূহৰ স’তে কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।