মাৰাঠৱাড়াত-হেৰাই-যাব-ধৰা-এটা-প্ৰজন্ম

Latur, Maharashtra

Aug 20, 2021

মাৰাঠৱাড়াত হেৰাই যাব ধৰা এটা প্ৰজন্ম

কৃষি সংকটৰ বাবে ধাৰত পোত যোৱা মাৰাঠৱাড়াৰ কৃষক পিতৃ-মাতৃৰ সন্তানবোৰে দৰিদ্ৰতা আৰু মানসিক চাপৰ সৈতে যুঁজিবলগীয়া হৈছে। লাটুৰৰ মোহিনী ভিসেৰ দৰে কিছুমান আত্মঘাতীও হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ira Deulgaonkar

ইৰা দেউলাগাওঁকাৰ ২০২০ৰ পাৰি ইনটাৰ্ণ। তেওঁ পুণেৰ চিমবায়’চিচ স্কুল অৱ ইকনমিকচৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে।

Translator

Lonli Gogoi

ল’নলী গগৈ এগৰাকী মুক্ত অনুবাদক আৰু সমল লেখক। তেওঁ ইউনিভাৰ্চিটি অৱ ৱেলচৰ পৰা তথ্য ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁৰ যোগাযোগৰ ইমেইল আইডিঃ [email protected]