how-to-be-an-eligible-suicide-as

Jalna, Maharashtra

Dec 26, 2024

কেনেকৈ হ’ব পাৰি এজন ‘যোগ্য আত্মহত্যাকাৰী’

ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰ’ৰ দৰে গুৰুত্বপূৰ্ণ বিভাগে প্ৰকাশ কৰা কৃষকৰ আত্মহত্যাৰ পাৰিসাংখ্যিক প্ৰতিবেদনো চৰকাৰে কিয় আওকাণ কৰে?

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷