in-nagaland-women-weave-through-challenges-as

Phek, Nagaland

Oct 25, 2024

নান প্ৰত্যাহ্বানৰ মাজতো তাঁতশালখন এৰি নিদিয়া নাগালেণ্ডৰ শিপিনী

চাখেচাং জনজাতিৰ মহিলাসকলৰ বাবে তাঁতশিল্প ইটোৰ পৰা সিটো প্ৰজন্মলৈ বাগৰি অহা এক পৰম্পৰাগত জীৱিকা। ইফালে বোৱা-কটাৰ কামত উপাৰ্জন নিচেই কম, তাতে আকৌ মেচিনৰ সৈতে তেওঁলোকে ফেৰ মাৰিবলগীয়া পৰিস্থিতি আহি পৰিছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Moalemba Jamir

মোৱা জামিৰ (মোৱালেম্বা) দা মৰৌং এক্সপ্ৰেছৰ সহযোগী সম্পাদক। এটা দশকৰ সাংবাদিকতাৰ অভিজ্ঞতাসম্পন্ন মোৱালেম্বা প্ৰশাসন আৰু ৰাজহুৱা নীতি, জনপ্ৰিয় সংস্কৃতি তথা পৰিৱেশ সংক্ৰান্ত বিষয়ত আগ্ৰহী। তেওঁ ২০২৩ৰ এগৰাকী পাৰি-এমএমএফ ফেল’।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰি এজুকেচন শিতানত ইনটাৰ্ন আৰু শিক্ষাৰ্থী স্বেচ্ছাসেৱকৰ সৈতেও ঘনিষ্ঠভাৱে জৰিত। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক সৰ্বজয়া চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্য বিষয়ত আগ্ৰহী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।