two-gods-two-stairways-four-donation-boxes-as

Aug 24, 2023

দুই ইশ্বৰ, দুটা চিৰি আৰু চাৰিটা দানপাত্ৰ

আদিবাসী সম্প্ৰদায়ৰ প্ৰতিবেদকজনে ঝাড়খণ্ডৰ উপাসনাথলী এখনলৈ আমাক এই প্ৰতিবেদনৰ যোগেদি লৈ গৈছে। এই যাত্ৰাত তেওঁ দেখুাৱাইছে কেনেকৈ ক্ষমতা, ধৰ্মক লৈ চলা ৰাজনীতি আৰু আদিবাসী পৰিচয়ৰ খেল এখন চলিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jacinta Kerketta

জেচিণ্টা কাৰকেট্টা অৰাওঁ আদিবাসী সম্প্ৰদায়ৰ এগৰাকী মুক্ত লিখক আৰু ঝাৰখণ্ডৰ এগৰাকী ৰিপ’ৰ্টাৰ। তেওঁ আদিবাসী সম্প্ৰদায়ৰ সংগ্ৰাম বৰ্ণনা কৰা কবিতা লিখি তেওঁলোকৰ প্ৰতি হোৱা অন্যায়ৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Illustration

Manita Kumari Oraon

মণিতা কুমাৰী ওৰাওঁ ঝাৰখণ্ডৰ এগৰাকী চিত্ৰশিল্পী - তেওঁ আদিবাসী সম্প্ৰদায়ৰ সমাজ-সাংস্কৃতিক সমস্যাৰ সৈতে জড়িত ভাস্কৰ্য্য শিল্প আৰু চিত্ৰশিল্পৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।