whipping-up-communal-tensions-in-jharkhand-as

Pakur, Jharkhand

Nov 20, 2024

ঝাৰখণ্ডত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধিৰ চেষ্টা

ঝাৰখণ্ডৰ পাকুৰ জিলাত হিন্দু আৰু মুছলমানে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি শান্তি-সম্প্ৰীতিৰে বাস কৰি আহিছে। কিন্তু শেহতীয়া বিধানসভা নিৰ্বাচনৰ সময়ত এই শান্তিপূৰ্ণ সহবাসৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Ashwini Kumar Shukla

অশ্বিনী কুমাৰ শুক্লা ঝাৰখণ্ডৰ এগৰাকী মুক্ত সাংবাদিক আৰু নতুন দিল্লীৰ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই.আই.এম.)ৰ ২০১৮-১৯ শিক্ষাবৰ্ষৰ এগৰাকী স্নাতক। তেওঁ পাৰি-এম.এম.এফ.ৰ ২০২৩ৰ ফেল’।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰি এজুকেচন শিতানত ইনটাৰ্ন আৰু শিক্ষাৰ্থী স্বেচ্ছাসেৱকৰ সৈতেও ঘনিষ্ঠভাৱে জৰিত। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক সৰ্বজয়া চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্য বিষয়ত আগ্ৰহী।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।