the-dauri-weavers-of-bania-chhapar-village-as

Gopalganj, Bihar

May 04, 2025

বনিয়া ছাপৰ গাঁৱৰ দৌড়ি শিপিনীসকল

উত্তৰ-পশ্চিম বিহাৰৰ জলাশয় অঞ্চলত গজা কহুৱা বন ব্যৱহাৰ কৰি মহিলাসকলে ঘৰত ব্যৱহৃত আৰু বিশেষ অনুষ্ঠানতো উপহাৰ দিয়া ৰং-চঙীয়া খৰাহী প্ৰস্তুত কৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Siddhi Kalbhor

সিদ্ধি কালভৰে পুনে বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ইণ্ডিয়া ফেলোৰ সৈতে ফেল’শ্বিপৰ সময়ছোৱাত তেওঁ প্ৰয়োগৰ সৈতে লাইব্ৰেৰী এডুকেটৰ হিচাপে কাম কৰিছিল যিয়ে বিহাৰৰ গোপালগঞ্জ জিলাৰ এটা শিশু পুথিভঁৰালত সেৱা প্ৰদান কৰিছিল।

Editor

Dipanjali Singh

দীপাঞ্জলী সিং পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ পাৰি লাইব্ৰেৰীৰ গৱেষক আৰু ডকুমেণ্ট কিউৰেটৰ।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷