psp-pushing-sahyadri-people-into-deep-waters-as

Thane, Maharashtra

Aug 12, 2025

পশ্চিমঘাটবাসীক অথাই সাগৰত পেলাবলৈ সাজু পি.এচ.পি.

মহাৰাষ্ট্ৰৰ পশ্চিমঘাটত জলবিদ্যুৎ প্ৰকল্প এটাই কৃষি আৰু বন্যভূমি জলমগ্ন কৰি পৰিয়ালবোৰক বিস্থাপিত কৰাৰ ভাবুকি কঢ়িয়াই আনিছে আৰু স্বচ্ছ শক্তিৰ দিশে ভাৰতে আগবঢ়াৰ যি প্ৰকৃতি, তাৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Editor

Swadesha Sharma

স্বদেশা শৰ্মা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক আৰু গৱেষক। তেওঁ পাৰি লাইব্ৰেৰীৰ বাবে সমল গোটোৱাৰ হেতু স্বেচ্ছাসেৱকৰ সৈতে কাম কৰে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।