suicides-are-about-the-living-not-the-dead-as

Wardha, Maharashtra

Aug 12, 2025

আত্মহত্যাৰ পিছত জীৱিতৰ কথাহে ভাবিব লাগিব, মৃতকৰ নহয়

কমলা বাই গুধে এক ক্ষুদ্ৰ খেতিয়ক যিয়ে জীৱিকা অৰ্জনৰ লগতে নিজৰ পৰিয়ালটোক সহায় কৰিবলৈ চেষ্টা কৰি আহিছে। তেওঁ সমগ্ৰ ভাৰতৰ প্ৰায় এক লাখ নাৰীৰ এগৰাকী যিয়ে ১৯৯০ৰ পৰা সংঘটিত হৈ অহা কৃষক আত্মহত্যাৰ ঘটনাত স্বামীক হেৰুৱাইছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ [email protected]