the-sweet-sound-of-love-as

May 08, 2025

ৱা য়াহৰ প্ৰীতিভৰা সুৰ

প্ৰেমাস্পদৰ আগত নিজৰ মনৰ কথা ক’বলৈ বজোৱা ৱা য়াহ হৈছে নাগালেণ্ডৰ কন্যাক জনজাতীয় লোকৰ বাদ্যযন্ত্ৰ। বাৰ্ষিক আওলেং বসন্ত উৎসৱত এই ৱা য়াহৰ মাত শুনো আহক

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।