we-sleep-with-our-heads-on-the-road-as

Sri Muktsar Sahib, Punjab

May 10, 2025

‘ৰাস্তাতে মুৰ থৈ আমি শোও’

ৰাজস্থানৰ পৰা পৰিয়ালসহ প্ৰব্ৰজিত শ্ৰমিকে খেজুৰ গছৰ পাতৰ ঝাৰু বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে, যিটো তেওঁলোকৰ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা জীৱিকা, কিন্তু তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড কোনোপ্ৰকাৰে উন্নত হোৱা নাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanskriti Talwar

সংস্কৃতি তলৱাৰ নতুন দিল্লীৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০২৩ৰ পাৰি এম.এম.এফ. ফেল’।

Editor

Sreya Urs

ছপা আৰু বৈদ্যুতিম মাধ্যমত ৩০ বছৰ কাম কৰাৰ অভিজ্ঞতা থকা শ্ৰেয়া উৰছ বেংগালুৰুৰ এগৰাকী লিখক আৰু সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।