in-punjab-green-revolution-red-harvest-as

Sangrur, Punjab

Oct 01, 2025

পাঞ্জাৱত সেউজ বিপ্লৱৰ অন্য এক ফলাফল

পাঞ্জাৱত সাধাৰণতে খেতিৰ মেচিন-পাতিৰ পৰা দুৰ্ঘটনাগ্ৰস্ত হৈ বহু লোক বিকলাংগ হৈছে, ৰাজ্যখনৰ গাঁৱে-ভূঞে এয়া যেন এক সাধাৰণ কথা,। ঘটনা ঘটিছে, জীৱন থমকি ৰৈ যোৱা নাই। এক অক্টোবৰত বৃদ্ধ লোকসকলৰ বাবে ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপন কৰিছে, সেই প্ৰসংগতে বৃদ্ধাৱস্থা আৰু বিশেষভাৱে সক্ষম লোকৰ জীৱনক লৈ এই প্ৰতিবেদন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Vishav Bharti

বিষৱ ভাৰতী পাৰিৰ এগৰাকী জ্যেষ্ঠ ফেল’। পাঞ্জাৱৰ সাংবাদিক বিষৱে ৰাজ্যখনৰ যোৱা দুটা দশক ধৰি কৃষি সংকট আৰু কৃষি-আন্দোলনৰ ওপৰত প্ৰতিবেদন যুগুতাই আহিছে।

Editor

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।