in-santipur-weaving-plays-one-at-a-time-as

Nadia, West Bengal

May 01, 2025

শান্তিপুৰত তাঁত আৰু নাট দুয়োটাই চলে

অচিত প্ৰামাণিক কোনো সাধাৰণ শিপিনী নহয় - তেওঁ একেধাৰে এগৰাকী নাট্যশিল্পীও। তাঁতশালত তেওঁৰ কষ্ট আৰু মঞ্চৰ প্ৰতি তেওঁৰ ভালপোৱাই এজন কৰ্মীৰ অস্তিত্বৰ যুঁজখনৰ চিন। এয়া ১ মে’, ২০২৫ৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উপলক্ষে এক প্ৰতিবেদন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Tarpan Sarkar

তৰ্পন চৰকাৰ এগৰাকী লিখক, অনুবাদক আৰু গ্ৰাফিক ডিজাইনাৰ। তেওঁ যাদৱপুৰ বিশ্ববিদ্য়ালয়ৰ পৰা তুলনামূলক সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।

Editor

Smita Khator

স্মিতা খাটোৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া (পাৰি)ৰ ভাৰতীয় ভাষা অভিযান চমুকৈ পাৰিভাষাৰ মুখ্য অনুবাদ সম্পাদক। পাৰিৰ অনুবাদ, ভাষা আৰু আৰ্কাইভৰ ক্ষেত্ৰত তেওঁ কাম কৰে। তেওঁ মহিলাৰ সমস্যা আৰু শ্ৰম সম্পৰ্কত লিখেও।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।