schoolkids-digital-divide-to-digital-partition-as

Palghar, Maharashtra

Oct 01, 2025

ডিজিটেল ব্যৱধানৰ পৰা বিভাজনলৈ: পালঘৰৰ পাঠশালাৰ শিক্ষা

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ দৰিদ্ৰ আদিবাসী অধ্যুষিত তলাসৰি এলেকাত ‘অনলাইন এডুকেচন’ৰ স্থিতি কেনেকুৱা হ’ব পাৰে বাৰু? ইতিপূৰ্বে যি বৈষম্য বিদ্যমান, সেয়া কেনেকৈ আৰু অধিক দৃষ্টিকটু ৰূপত প্ৰকট হৈ পৰিছে, তাকে পাৰিয়ে প্ৰতিবেদনৰ যোগেদি দাঙি ধৰিছে

Translator

Wahidur Rahman

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Wahidur Rahman

অসমৰ ভাৰত-ভূটান সীমান্তত স্থানীয় সংবাদদাতা হিচাপে অভিজ্ঞতাসম্পন্ন ওৱাহেদৰ ৰহমান বৰ্তমান গুৱাহাটীস্থিত এগৰাকী সাংবাদিক আৰু newsnextone.com-ৰ বাৰ্তা সম্পাদক।