অনাহাৰে-এক-মাতৃৰ-মৃত্যুৰ-পিছৰ-অধ্যায়

Bolangir, Odisha

Oct 03, 2022

অনাহাৰে এক মাতৃৰ মৃত্যুৰ পিছৰ অধ্যায়

১৯৯৬ৰ কথা, ওড়িশাৰ বাৰ্লাবাহেলি গাঁৱৰ বালমতি নাইক অনাহাৰে মৃত্যুমুখত পৰিল, এৰি গ’ল তেওঁৰ ছবছৰীয়া ঘাটমাউৰা সন্তান গুণধৰক। দুটা দশকৰ পিছত এই প্ৰতিবেদকে সেই ডেকা ল’ৰাজনক বিচাৰি সেই গাওঁখনলৈ যায়

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Purusottam Thakur

পুৰুষোত্তম ঠাকুৰ ২০১৫ৰ এগৰাকী পাৰি ফেলো। তেওঁ এগৰাকী সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ আজীম প্ৰেমজী ফাউণ্ডেছনত কৰ্মৰত আৰু সামাজিক পৰিৱৰ্তনৰ হেতু লিখা-মেলা কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।