টুলজাপুৰৰ-মন্দিৰ-অৰ্থনীতিৰ-অৱস্থা-শোচনীয়

Osmanabad , Maharashtra

Apr 20, 2020

টুলজাপুৰৰ মন্দিৰ অৰ্থনীতিৰ অৱস্থা শোচনীয়

বিখ্যাত মন্দিৰ নগৰী মাৰাঠৱাড়াৰ টুলজাপুৰৰ দোকানী, ফেৰিৱালা, আন যিসকলৰ জীৱিকা মন্দিৰৰ ওপৰত নিৰ্ভৰশীল, সেইসকলে ক’ভিড-19ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যোৱা ১৭ মাৰ্চত গ্ৰহণ কৰা তলাবন্ধৰ পদক্ষেপৰ বাবে বিক্ৰী বন্ধ হৈ পৰাত কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Medha Kale

পুণেৰ মেধা কালেয়ে মহিলা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰিছে। তেওঁ পাৰিৰ অনুবাদো কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।