chadar-badni-puppets-at-santhal-festival-as

Birbhum, West Bengal

Jul 21, 2023

চাওঁতাল উৎসৱত চাদৰ বাঁদনি পুতলানাচ

বীৰভূমৰ চাওঁতালী আদিবাসী খেতিয়ক সমাজৰ তৰুণ প্ৰজন্মৰ তপন মুৰ্মুয়ে শস্য চপোৱা বাঁদনা উৎসৱৰ সময়ত পুতলা নাচ দেখুৱায়, যি শিল্পক নৱ প্ৰজন্মৰ খুব কম সংখ্যকেহে আদৰি ল’ব বুলি তেওঁ চিন্তিত

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Smita Khator

স্মিতা খাটোৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া (পাৰি)ৰ ভাৰতীয় ভাষা অভিযান চমুকৈ পাৰিভাষাৰ মুখ্য অনুবাদ সম্পাদক। পাৰিৰ অনুবাদ, ভাষা আৰু আৰ্কাইভৰ ক্ষেত্ৰত তেওঁ কাম কৰে। তেওঁ মহিলাৰ সমস্যা আৰু শ্ৰম সম্পৰ্কত লিখেও।

Editor

Vishaka George

বেংগালুৰুৰ বিশাখা জৰ্জ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ সম্পাদক। তেওঁ জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন যুগুতায়। তেওঁ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম চায় আৰু এডুকেচন টিমটোৰ সৈতে কাম কৰি পাৰিৰ প্ৰতিবেদনবোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশৰ সমস্যাৰাজী নথিবদ্ধ কৰিবলৈ শিকায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।