who-knew-the-lack-of-rain-could-kill-my-art-as

Kolhapur, Maharashtra

Jun 16, 2024

কোনে জানিছিল যে অনাবৃষ্টিয়ে মোৰ কলাক নিঃশেষ কৰিব?

পশ্চিম মহাৰাষ্ট্ৰৰ কেৰ্লে গাৱঁৰ এজন খেতিয়ক আৰু কলাকাৰ সঞ্জয় কাম্বলেয়ে হাতেৰে সাজে জটিল ইৰ্লা (বাঁহৰ ৰেইন ক’ট)। যোৱা কেইবা দশকো ধৰি ক্ৰমহ্ৰাসমান বৰষুণ আৰু বজাৰ উপচি পৰা প্লাষ্টিকৰ ৰেইনক’টে তেওঁৰ হস্তকলাবিধ অব্যাহত ৰখাত বাধাৰ সৃষ্টি কৰিছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Sanket Jain

সংকেত জৈন মহাৰাষ্ট্ৰৰ ক’লহাপুৰৰ এগৰাকী সাংবাদিক। তেওঁ ২০২২ৰ এগৰাকী জ্যেষ্ঠ ফেল’ আৰু ২০১৯ৰ পাৰি ফেল’।

Editor

Shaoni Sarkar

চাৱনি চৰকাৰ কলকাতাৰ এগৰাকী মুক্ত সাংবাদিক।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ subarna.latab@gmail.com