the-language-of-the-fish-frogs-and-a-few-fractured-poems-as

Jalpaiguri, West Bengal

Sep 25, 2025

মাছ, চৰাইৰ ভাষা আৰু ভগা কেইটামান কবিতাৰ টুকুৰা

কেৱল লোভ-লালসা আৰু ক্ষমতাৰ পিছত দৌৰাৰ বিনিময়ত এই ভংগুৰ সময়ত জীৱন-জীৱিকা, জলবায়ুৰ লগতে আমি যি এখন জগত হেৰুৱালো, আৰু যে হেৰুৱালো ভাষা - তাকে লৈ এজন কবিয়ে কবিতাৰ যোগেদি শোক ব্যক্ত কৰিছে আৰু ক্ষোভ উজাৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Moumita Alam

মৌমিতা আলম পশ্চিমবংগৰ এগৰাকী কবি। দা মিউজিংচ অৱ দা ডাৰ্ক আৰু পয়েমচ্ এট ডে’ব্ৰেক নামে তেওঁৰ দুখনকৈ কাব্যগ্ৰন্থ প্ৰকাশ পাইছে। তেওঁৰ কবিতা তেলেগু আৰু তামিল ভাষাতো প্ৰকাশ পাইছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Illustration

Atharva Vankundre

অথৰ্ৱ বাংকুন্দ্ৰে মুম্বাইৰ এগৰাকী ষ্ট’ৰিটেলাৰ আৰু ইলাষ্ট্ৰেটৰ। তেওঁ ২০২৩ৰ জুলাইৰ পৰা আগষ্টলৈ পাৰিত ইনটাৰ্ন হিচাপে কাম কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।