ইশ্বৰে-আমাক-কলহৰ-কাণে-ঢলা-দুখ-দিছে

Jehanabad, Bihar

Feb 23, 2023

‘ইশ্বৰে আমাক কলহৰ কাণে ঢলা দুখ দিছে’

বিহাৰৰ জহানাবাদত সুৰা নিবাৰণ অধিনিয়মৰ অধীনত দলিত আৰু পিছপৰা শ্ৰেণীৰ লোকেই বেছিকৈ গ্ৰেপ্তাৰ হৈছে। লেথাৰি নিছিগা আইনৰ মেৰপেচ আৰু দুবেলা দুমুঠিৰ বাট মাৰ যোৱা এনে পৰিস্থিতিত উক্ত সম্প্ৰদায়ৰ লোকসকলে এই অধিনিয়মে সৃষ্টি কৰা ত্ৰাসৰ মাজত দিন নিয়াবলগীয়া হৈছে

Editor

Devesh

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Umesh Kumar Ray

উমেশ যাদৱ এগৰাকী পাৰি ফেল’ (২০২২)। বিহাৰৰ মুক্ত সাংবাদিক উমেশে উপান্ত শ্ৰৌী বিষয়ক ৰিপ’ৰ্টিং কৰে।

Editor

Devesh

দেৱেশ এগৰাকী কবি, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদক। তেওঁ পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ হিন্দী ভাষাৰ অনুবাদ সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।