উত্তৰ-প্ৰদেশৰ-আশাকৰ্মী-আমি-কি-ফ্ৰীতে-কাম-কৰা-বান্দী-নেকি

Lucknow, Uttar Pradesh

Mar 14, 2022

উত্তৰ প্ৰদেশৰ আশাকৰ্মী: 'আমি কি ফ্ৰীতে কাম কৰা বান্দী নেকি'

চৰকাৰী কোনো লিখিত নিৰ্দেশ অবিহনেই সকলো বিপদাশংকা মূৰ পাতি লৈ আশাকৰ্মীসকলে বিধানসভা নিৰ্বাচনৰ ডিউটি কৰিবলগীয়া হৈছে। এনেকৈয়ে উত্তৰ প্ৰদেশত অল্পবেতনত কামৰ বোজাৰে ভাৰাক্ৰান্ত আশাকৰ্মীক এক ভয়ংকৰ বিপদৰ মাজলৈ ঠেলি দিয়া হৈছে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Jigyasa Mishra

জিজ্ঞাসা মিশ্ৰা উত্তৰ প্ৰদেশৰ চিত্ৰকূটৰ এগৰাকী মুক্ত সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।