কামাঠিপুৰাৰ-ধূসৰ-পৃথিৱীত-সপোনে-বাট-দেখুৱায়

Central Mumbai, Maharashtra

Aug 01, 2022

কামাঠিপুৰাৰ ধূসৰ পৃথিৱীত সপোনে বাট দেখুৱায়

নিজৰ পংকিল জগতখনৰ পৰা আঁতৰাই সন্তানক এখন মৰ্য্যাদাৰ পৃথিৱী দিবলৈ কামাঠিপুৰাৰ যৌনকৰ্মীসকলে প্ৰতিদিন চিন্তা কৰে। মহামাৰীৰ দুৰ্বিষহ দিনবোৰত কেউফালৰ পৰা সন্মুখীন হোৱা সমস্যাৰ মাজত ভাগি পৰিও নাভাগৰা মহিলাৰ বাস্তৱ জীৱনৰ ওপৰত ভেঁজা দি এই কবিতাটো লিখা হৈছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Pranami Bora

ডঃ প্ৰণামী বৰা পেছাত এগৰাকী শিক্ষক। তেওঁ আগতে উপ-সম্পাদক হিচাপে অসমীয়া বাতৰি কাকত কাম কৰিছে।